পৃষ্ঠা:নামঘোষা.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ২ ] কাৰণে, মহন্তে হৰিক, বােলয় গরুড়কেতু। ২৩। কাল মায়া আদি, যাহাৰ মনক, কৰিতে নপৰে কুণ্ঠ। এহি সে কাৰণে ঈশ্বৰৰ নাম, প্রসিদ্ধ ভৈল বৈকুণ্ঠ। ২৪। জগতত কৰি, অচিন্ত নিবাস, জগতে। তান্তে ৰময় । এতেকে সে তাঙ্ক, বুলি বাসুদেব, নামৰ ইতে। অন্বয় ॥ ২৫। সদানন্দ আত্মা, চৈতন্য অনন্ত, যিহেতু মােগী ৰময়। এতেকস ৰাম, পদে পৰম্ভ হ্ম, রূপক বুলি নিশ্চয়। ২৬ চৈতন্য স্বরূপে, যিহেতু সদায়ে, ৰমান্ত জগতক। এতেবেসে ৰাম, সুমধুৰ পদে, বুৰি জানা ঈশ্বৰক । ২৭। হৰি পদ সেৱা, নকৰে নিমিত্তে, মায়ায়ে বান্ধি ফুৰাৱে । তাত মায়াক, নতৰে ৰহিত, শৰণ নলৱে যাৱে। ২৮ শৰণ। মই দুৰাচাৰ, কেবল তােমাৰ, অপৰাধি নাৰায়ণ। রুমি- ােেক হৰি লৈয়ো দাস কৰি, পশিলে। হেৰা শৰণ ॥ ২৯। হে কৃষ্ণ স্বামী, তযু পাৱে অমি, কেৰল শৰণ উঁও। কৰা অনুগ্রহ মাষাৰ নিগ্রহ, তেবে েপ্রভু এড়াও ॥ ৩০ হে যদুপতি, মই মূঢ়মতি, নজানে। সে তােমাৰ । কেৱল তোমাৰ, চৰণ পঙ্কজে, শৰণ কৰিলো সাৰ । ৩১। পুক- ষােত্তম, পৰম পুরুষ, পৰম আনন্দ স্বামী। তযু পাদ পদ্ম, মকৰ অশে, শৰণ পশিলে। আমি । ৩২ প্রভু ভগ- বন্ত, অনন্ত ঈশ্বৰ, প্ৰপন্ন জন তাৰণ। . তুমি প্রিয়তম, পৰম দেবতা, জানিয়া লৈলো শৰণ। ৩৩। ভজন | জয় জয় জয়, কৃষ্ণ কৃপাময়, ভজিলো তােমাৰ পাৰে। তােমাৰ চৰণ, পঙ্কজত মন, মজোক মেৰ স্বভাৱ। ৩৪। 16