পৃষ্ঠা:নামঘোষা.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

6 ( ১৮ } দুলড়ি। স্মৰণ মাত্রকে, যি হেতু দুর্থা, সংসাৰ দুঃখ ওহি হেতুতেসে, ঈশ্বৰক হৰি, বোলয় যত মহন্ত । ১# আত্মা রূপে জানা, ইতো জগতত, আন্ত হুয়া প্রবেশ। এহি হেতুতে সে, ঈশ্বৰক বিষ্ণু, বুলিয় নাম বিশেষ।২। ইন্দ্রিয় বৰ্গৰ, যিহেতু ঈশ্বৰ, আচন্ত হুয়া প্রবেশ। এতেকে মহন্ত, সকলৈ বোলয়, ঈশ্বৰক হৃষী- কেশ। ৩। অন্তর্যামী রূপে, যিহেতু জীবক, সুখ দুঃখ ভুঞ্জাৱন্ত । এতেকেসে পৰ, মাত্মা নাম ধৰি, আচন্তু প্রভু অন্তু। ৪। পৰম ঈশ্বৰ, স্বরূপে জীৱৰ, আচ হুয়া আশ্রয় । এতেকেসে তা, বুলি নাৰায়ণ, নামৰ দিবা অন্বয়। ৫। অহঙ্কাৰ আদি, একোৱে উপাধি, কৰিতে ন পাৰে ছন্ন। এহিসে কাৰণে, মহন্ত সকলে, বােলে তা নিৰঞ্জন ॥ ৬ সত্ত্ব ৰস্তম, তিনি গুণ বৃত্তি, লুপ্ত তাষ্ণ নকৰষ। সেদিসে কাৰণে, বেদ শাস্ত্র গণে, বোলে তা নিৰাময় । ৭। যতেক প্রাকৃত, আকাৰ বর্জিত, ভৈলন্ত যিহেতু হৰি। সেহি হেতুতেসে, নিৰা- কাৰ নাম, আচন্ত ঈশ্বৰে ধৰি । ৮। মা পদে লক্ষী, দেবীক বােলয়, তাহন স্বামী ঈশ্বৰ। এতেকেসে ভাস্ক, বোলয় মাধৱ, মহাজন নিৰন্তৰ। ৯। জনা পদে মায, দেবীক বোলয়, ভক্তৰ মাযামর্দন্ত। এহি হেতুতেসে, জনার্দন নাম, ধৰি আচা ভগৱন্ত ॥১০ মধুমতী মায়া, উন্মত্ত কৰায়, আছে যত জীবগণ। ভক্তৰ মায়া, পীড়ন নিমিত্তে, বুলি মধুসূদন। ১১। গাে পদে বেদ,