পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২০
নল-দময়ন্তী।


শ্ৰীদাম সুদাম,  গোপাল নন্দন;
  সঙ্গত ফুৰে সদাই।
লইয়া গোবৃন্দ,  চলন্তে গোবিন্দ;
 বান্ত বংশী যদুৰাই॥
বৃন্দাবন মাজে,  গোপালৰ সাজে;
 সুখে গৰু চাৰি ফুৰে।
হেন হৰিনাম,  এড়ি আন কাম;
 বোলা মুখে সৰ্ব্ব নৰে॥