এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩য় দৃশ্য]
১৩৫
নগা কোঁৱৰ
উদ্দেশ্যে নিজৰ প্ৰাণতো বলি দিব পাৰিম! সাৱিত্ৰীয়ে যম
ৰজাৰ হাতৰ পৰা নিজৰ স্বামীক উদ্ধাৰ কৰিছিল, আমি
স্বৰ্গদেওৰ আগত দুয়োৰে কটামূৰ উপহাৰ দি আপোনাৰ স্বামীৰ
উদ্ধাৰ প্ৰাৰ্থনা কৰিম। আহক যাওঁ।
কণচেং-ৰব! নেব। ক’তা? ন’ৰল। গুচি গ'ল। কি কৰিলো। চেংলুং! পিশাচ! কি কৰিলি। ক'ত হেৰুৱালি তোৰ মনুষ্যত্ব! কোন নৰকত বুৰালি তোৰ পুৰুষত্ব! নহয়! মই যাম! আৰু চিন্তা নহয়! যাম। ৰব। নেযাব! মই আহিছো-
খুণ—আক তাৰ আয়িলে আক কুছি ক’ল। তাৰ কি অল। অথম পালে তাৰ কি তৈ আয়িলে ইয়াতে তাকিবৰ মন নাই। দিন দিন তাৰ মন ৰং নাই! আকৰ অমান মুকত আঁখি নাই। অদায় দিন কিবা মন দুক। লুকু পালে তাৰ কিমান বাল পায়! তেউ তাৰ অলে অলপমান মন বাল নাই।