পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধৰ্ম্মসঙ্গীত। সফদা—একতানা। নিশা পৰভাত আজি উঠা আখি মেলি এ সুপ্রসন্ন চতুর্দিশে বহিছে মলয়া এ ৷৷ সবে নিদ্ৰ৷ পৰিহৰি, হৃদয়ে ভকতি ধৰি পূজা হৰি পদ এ ৷ যত বিহঙ্গমচয়, তাসবার সঙ্গে সুৰে ধৰ। হৰিনাম এ ॥ পূৰুবে সূকষ উদি, বিতুৰ বিমল ৰশ্মি ধৰা বহি যায় এ ॥ ১ ॥ উঠি বোল৷ হৰি হৰি, সুখে হবিগুণ গায়, জ্বলিছে গগন ভেদি,