পৃষ্ঠা:ধৰম গিত.djvu/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
খ্ৰিষ্টলৈ সিস্যৰ প্ৰাৰ্থনা

ইহকালে পৰকালে
 য়িচু আমাৰ হওক আস্ৰই।  ন. ব.

৭০

Prayer and Confession of Sin.
Carmarthen. H. M.

 জই কৰা, হে য়িচু,
 মই অধমক ৰাখা,
 পাপত নেৰি কিচু
 সুচি আত্মা বাকা;
তোমাক কৰি আচোঁ হেলা,
মুক্তি কৰা মৰন বেলা।

 অতি পাপৰ মাজত
 পৰি আচোঁ আমি,
 ঠাই দি সন্তৰ সঙ্গত
 ৰাখা সদাই স্বামি,
তোমাৰ নামে কৰিবা জই,
গুচিব আমাৰ সকল ভই।

সুনা সুনা, হে ভাই,
চাপিল অমাৰ মৰন,

ঙ ৪