পৃষ্ঠা:ধৰম গিত.djvu/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
খ্ৰিষ্টলৈ সিস্যৰ প্ৰাৰ্থনা।

৬৯

Prayer for Divine Favor.
Suffolk. 8, 7.

ক্ৰিপা কৰি আমাক চোআ,
 অন্তৰ্জামি হে প্ৰভু;
তোমাৰ কিঙ্কৰ আমাক লোআ,
 উধাৰ কৰা, হে য়িচু;
আমাৰ সকল পাপ গুচুআ,
 সুচি কৰা, হে প্ৰভু।

অনেক অপৰাধি কৰম
 কৰি দুখত আচিলোঁ;
এতিয়া পৰম খ্ৰিষ্টৰ মৰম
 জানি সান্তনা পালোঁ;
ধৰি কেৰল খ্ৰিষ্টৰ ধৰম
 আন সকলে এৰিলোঁ।

আকাস প্ৰিথিবি ঢুকালে
 আমাৰ কৰোক মন নিৰ্ভই;
প্ৰভু অহাৰ চিন ওলালে,
 গুচোক নিৰসা সংসই;