পৃষ্ঠা:ধৰম গিত.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
খ্ৰিষ্টলৈ পাপিৰ প্ৰাৰ্থনা।

৫৮

The Sinner surrendering himself to Christ.
Oldenburg, German Hymn. 7.

মই অতি পাপিষ্ট জন
 মহা অধম দুৰাচাৰ,
সুনা পাপিৰ নিবেদন,
 দায়াল য়িচু কৰা পাৰ।

তোমাত বাজে নাহি আৰ
 ত্ৰান কৰ্তা নৰকৰ ভই,
কৰা মোকে উপকাৰ,
 তুমি অতি ক্ৰিপামই।

হে প্ৰভু, মোৰ খেমা দোস,
 নতুন কৰি দিয়া মন,
পাপত আচোঁ অসন্তোস,
 তোমাত কৰোঁ প্ৰান অৰ্পন।

জিৱন কালে তোমাৰ নাম
 কৰিম জগতত প্ৰকাস,
পাচে পাইগৈ স্বগধাম
 থাকিম সুখে তোমাৰ পাস।
 জ. চ. বং