পৃষ্ঠা:ধৰম গিত.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
খ্ৰিষ্টলৈ পাপিৰ প্ৰাৰ্থনা।

 কাতৰ কৰোঁ,
ধৰোঁ তোমাৰ চৰনত।  ব. দ.

৫৭

Sinner's Prayer to Christ.
Pleading Savior. 8, 7.

হে প্ৰভু, জগতৰ বন্ধু,
 পাৰ কৰা মই অধমক,
য়িচু মহা প্ৰেমৰ সিন্ধু
 কৰা ত্ৰান ঘোৰ নৰকত,
  মোক নেৰিবা
 দাঙ্গি নিবা স্বৰগত।

বিচাৰ দিনৰ চাপি ওচৰ
 জেতিয়া হব ঘোৰ প্ৰলই,
সুধি সকল পাপিৰ গোচৰ
 তেতিয়া হব মোৰ আস্ৰই,
  দায়া কৰি
 চিঙ্গিবা মোৰ পাপ সংসই।
 ব. প.