পৃষ্ঠা:ধৰম গিত.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
খ্ৰিষ্টৰ মৰন।

 মৰম কৰি
পাপিক দিলে মহা সুখ।

এনে প্ৰভুৰ দায়া এৰি
 জদি কৰে আগ্যা চন,
পাপে ধৰি থাকে বেৰি,
 সুচি ন হই পাপি মন;
 সেসৰ কলিত
হেৰাব অমূল্য ধন।   ব. দ.

৫১

"'Twas on that dark and doleful night."
Armley, Uxbridge. L. M.

এন্ধাৰ নিসা জি কাল বিসম
নৰ আৰু নৰ্কৰ পৰাক্ৰম
কপটিয়ৰ হাতত কৰি ক্ৰই
চিন্তিলে বধ ইস্বৰ তনই,

সেই ৰাতিৰ ভোজত বহি খাই,
প্ৰভুএ সিস্যক প্ৰেম দেখাই;
পিঠা লৈ কৰি ইস্বৰ স্তও,
তেঁও ভাঙ্গি দিলে ক্ৰিপাৰ ভাও।

ঘ ২