পৃষ্ঠা:ধৰম গিত.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
য়িচু ত্ৰান কৰ্তা।

সেসৰ দিনত সিহঁতক মই
 কৰিম উধাৰ।   ন. ল.

৪৩

The Love of Christ.
Huntley. 6.

আঁহা, কৰোঁ স্তুতি
প্ৰভু য়িচুক অতি,
জি থাকে ওপৰ থান,
কৰোঁ এক স্বৰে গনি;
তেঁওৰ সক্তি মহিমা
নে পাঁও আমি সিমা,
এই কাৰন ধৰোঁ গান,
তেঁওত আমাৰ পৰিত্ৰান।

সকলোৰে ইম্বৰ
থাকে অতি ওপৰ,
তাতে সাধু দুতে
স্তুতি কৰে নিতে,
তথাপি নিবেদন
পাপিৰ সুনে দি মন