পৃষ্ঠা:ধৰম গিত.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
য়িচু ত্ৰান কৰ্তা

৩৩

Christ the only Refuge.
Ocean. 8 7.

জদি পাই সকলো বস্তু
 নৰৰ জি জি ইচা হই,
ধন জসস্যা নিতে নিতে
 জদি বাৰ্হে অতিসই;

তিৰ্থে তিৰ্থে জদি ফুৰে,
 ধৰম থানত কৰি বাস,
ঘৰ কুটুমো জদি এৰে
 পুন্য কৰি অভিলাস;

সকল সাস্ত্ৰ জদি পৰ্হে,
 চৰনোদক কৰি পান,
দানি দখিনা জদি কৰে,
 তেও ন হব তাৰে ত্ৰান।

পাপৰ মোচন পুনৰ আসা
 সেই সকলত নাই উত্প‌ন,
স্বৰগ গতি পাবৰ উপাই
 আৰু আচে প্ৰয়োজন।