পৃষ্ঠা:ধৰম গিত.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
য়িচু ত্ৰান কৰ্তা।

৩২

Christ the true Sacrifice.
Rock of Ages. 7.

কতক হেজাৰ পহুৰ প্ৰান
কৰা হৈচিল বলিদান,
তেও ন হই তাত পাপৰ খই,
তাতো মনৰ সান্ত ন হই।

পহুৰ তেজতকৈ পৰম
খ্ৰিষ্ট বলি সৰ্বোতম,
তেঁও ইস্বৰে দিয়া মেস,
প্ৰাচিত কৰে পাপৰ সেস।

দেখি মোৰ অগনন দোস
কৰি আচোঁ অসন্তোস;
য়িচুৰ গাত মোৰ পৰিল পাপ,
তাতে গুচিল সকল তাপ।

পাপিৰ কাৰন জি কেলেস
তেঁৱে ভুঞ্জিলে নিসেস,
তাকে চিন্তিহে মোৰ মন
আসা কৰে অনুখন।  জ. প. বং