পৃষ্ঠা:ধৰম গিত.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
য়িচু ত্ৰান কৰ্তা।

৩০

Christ the Savior.
Cambridge. c. M.

আমাৰ আস্ৰই ইস্বৰ তনই
 পাপিৰ ত্ৰানৰ হেতু,
তেঁওকে জি জন কৰে ভজন
 তেঁও তাৰ ভৱ সেতু।

জনমিল নৰ পৰম ইস্বৰ,
 পাপিক কৰি উধাৰ,
তেঁওতে আস্ৰই জি পাপি লই,
 সেয়ে পাব নিস্তাৰ।

ধৰিল আকাৰ ধৰ্মাৱতাৰ,
 এই জগতক মৰম;
য়িচুৰ বিনে স্বৰ্গ ভুবনে
 গমন কৰা দুৰ্গম।

8

তেঁওৰ সুভ বানি সকল প্ৰানি
 সুনা জাৰ আচে কান;
জি আহিব তেঁও তাক দিব
 পৰম আনন্দে ত্ৰান।  উ. ক. বং