পৃষ্ঠা:ধৰম গিত.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
য়িচু ত্ৰান কৰ্তা।

এনে বুলি দুতৰ সমুহ
 চাপি আহিল ভয়ঙ্কৰ,
অতি সুন্দৰ সুৰে ধৰি
 স্তুতি কৰে নিৰন্তৰ;
জই হওক স্বৰগৰ ওপৰত,
 প্ৰিথিবিতো হওক কুসল;
আনন্দে জইধনি কৰি
 গুচি গলগৈ দুত সকল।  ন. ল.

২৯

Christ our Savior
Dismission. 8, 7.

প্ৰভু য়িচুৰ অনুগ্ৰহত
 প্ৰিথিবিতে জনম পাই,
আজিলৈকে তেঁওৰ মৰমত
 আচোঁ সৰ্বকাল জিয়াই।

সদাই আমি পাপত মৰিম,
 কেৱল আমাৰ পাপি অঙ্গ,
অকল য়িচুত আস্ৰই কৰিম,
 দিব আমাক সাধুৰ সঙ্গ।  ব. প.