পৃষ্ঠা:ধৰম গিত.djvu/৪০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬

ন হঁও; তেঁও উঠানো জিৱনো, জি জনে তেঁওত বিস্বাস কৰে, সি কেতিয়াও ন মৰে।

 তেতিয়া বাপেক মৰাৰ আৰ্সিবাদ পাবলৈ লৰাহঁতক মাতিলে। পাচে ওচৰলৈ আহি- লত দেখি সিহঁতৰ গই পতি নাম কাৰ্হি, এদি, ৰুথি, চাইৰচ, মেৰি, তোমোলোকক ইস্ব- ৰে আৰ্সিবাদ কৰোক বোলতি সিবিলাকে গাই গাই বাপেকক চুমা দিলে, আৰু বাপেকেও গাই পতি মুৰত হাত দি আসিৰ্বাদ দিলে। বৰ পুতেক এদিৰ ওপৰত প্ৰাৰ্থনা কৰিলে; সেই স্ৰমতে সনিপাত হৈ গা ঘামি আসন হৈ গল। তেতিয়া পাদুৰি বৰ্পি চাহাব, মেম চাহাব, আৰু জাহাজত থকা আন মি- তিৰ সকলো তেঁওৰ ওচৰলৈ আহিল, কিন্তু জগতৰ লোকে সেই কালত উপকাৰ কৰিব- লৈ কাৰো সক্তি নাই। পাচে তেঁওৰ গা চাটি ফুটি কৰি প্ৰায়ে মনৰ দুখেৰে ঘাম বৈ বৈ অচিল। কিন্তু তেঁওৰ মন ঠাৱৰ কৰি সৰিল নম্ৰ ভাৱে ইস্বৰক সোধাই দি আচিল। ৰাতি মাজে মাজে মেম চাহাবে