পৃষ্ঠা:ধৰম গিত.djvu/৩৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

থাকিম, এই কথা মনত নিচয়ে ঠাৱৰ কৰিলে। পাচে তেঁও আহিবৰ সময়ত মাক আৰু বাপেক, ভাই ভনি, মিতিৰ কুটুম সকলোএ আপোনাৰ লৰা মহা সাগৰ পাৰ হৈ বহু দুৰ দেসলৈ জাই, আৰু দেখিবলৈ নে পাম বুলি, আটাইবিলাকে চকুৰ পানি উলিয়াই বৰকৈ কান্দিবলৈ ধৰিলে। কিন্তু ক্ৰন্দন বা মিনতিএ তেঁওক নিবাৰন কৰিব নোআৰিলে; তেঁওৰ প্ৰিয়বিলাকে এই ৰুপে সোক কৰিলেও প্ৰভুৰ মাত আওকনিয়া কৰিব নোআৰি, তিৰোতাই সৈতে বস্তন নগৰৰ ৰলৌ না-