পৃষ্ঠা:ধৰম গিত.djvu/৩৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০

 মা। তাতে তুমি কি বুলিচিলা নে?

 জি। নাই আই, তাক একো নু বুলি, মনত বৰ দুখ পাই মনে মনে উভতি গুচি অহিলোঁ।

 মা। তুমি সিহঁতক একো কথা কোআ নাই, ইয়াকে বৰ ভাল কৰিচিলা; এতিয়া আঁহা, ইস্বৰে জেন সিহঁতৰ ওপৰত আসিৰ্বাদ কৰে, আৰু সিহঁতে জেন সত্য ৰুপে তেঁওক জানিব পাৰে, এনে মতি ইস্বৰে দিওক; এই নিমিতে তেঁওৰ চৰনত প্ৰাৰ্থনা কৰোঁ।

~~~~~~~~~

নৱম কথোপকথন।

অনুচিত ৰুপে কাল নিওআৰ বিসই।

Misimprovement of Time.

 মা। হেৰা মোৰ সোনাই, তুমি সিৱসুন্দৰিৰ ঘৰলৈ গৈচিলা নে?