পৃষ্ঠা:ধৰম গিত.djvu/৩৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮

অষ্টম কথোপকথন।

প্ৰতিমা পুজা কৰাৰ বিসই।

Worship of Images.

 মা। আইটি, আজি তুমি পৰ্হা সালিলৈ জাওঁতে বাটত কোনো লোকৰে দেখা দেখি হৈচিলা নে?