পৃষ্ঠা:ধৰম গিত.djvu/৩০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৪১

সৰু চাহাবক কেতিয়াও খঙ্গ বা অনাদৰ ন কৰে।

৫ আধ্যা।

 তাৰ পাচত হেনৰিৰ মাক কলিকতালৈ জাব লগিয়া হোআত, হেনৰি আৰু তাৰ বেহেৰাকো আপোনাৰ লগত নাৱতে ললে। তেতিয়া হেনৰিৰ নৰিয়া হৈচিল, তাতে তেঁও ভাবিলে, কি জানি বতাহ পালে তাৰ উপকাৰ হব পাৰে। সেই সময়ত বাৰিথাৰ সেস হৈচিল; আৰু হিন্দু দেসবিলাক নতুন বন,

গ ২