পৃষ্ঠা:ধৰম গিত.djvu/২৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৩৩


বুলি তুমি ভাবিচা নে? তেঁও সৰ্বনাসৰ, অৰ্থাত নৰকৰ পথৰ পৰা তোমাক মাতিচে, ইয়া- তে তেঁওৰ কিমান বৰ অনুগ্ৰহ গুনি চোআ আগৈএ তুমি কোনো মতে তেঁওৰ পবিত্ৰ নাম- কে নে জানিচিলা, আৰু তুমি দেও পুজকবিলা- কৰ মাজত আচিলা, কিন্তু তেঁওৰ অনুগ্ৰহতে মই এই ঠাইলৈ আহি এতে দিন থাকিলোঁ‌, আৰু তোমাক চেনেহ কৰি সিখ্যা দিবলৈ কাৰ্বাৰ কৰিলোঁ, আৰু এখন ধৰম পুথিকো তোমাক দিলোঁ। জি জনে তোমাক নিমন্ত্ৰন কৰিচে তেঁৱে বিস্বাসি; আৰু প্ৰভু য়িচু খ্ৰিষ্টৰ অহা দিনলৈকে তোমাৰ আত্মা, প্ৰান, অৰু সৰিল তেঁৱে নিৰ্দোসি ৰুপে ৰাখিব। থেচলনিকিলৈ লিখা প্ৰথম পত্ৰৰ ৫ আধ্যা ২৩। ২৪ পদ। তাৰ পাচত মেম চাহাবে গিতৰ এটি পদ হেনৰিৰ আগত গান কৰিলে। সেই গিত মেমে গলত পাচে হেনৰিএ সদাই পৰ্হিচিল, আৰু গান কৰিবলৈকো কাৰ্বাৰ কৰিছিল।

জেতিয়া মই মেৰ ৰখিয়াক এৰি,
ভ্ৰমিলোঁ‌ ঘোৰ এন্ধাৰত;