পৃষ্ঠা:ধৰম গিত.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
খ্ৰিষ্টৰ স্তুতি

১৮

Praise to Christ.
Cottage. 7.

প্ৰভু য়িচু খ্ৰিষ্টৰ নাম
নিতৌ নিতৌ কৰা গান;
তেঁৱে আমাৰ অধিকাৰ,
পাপি লোকৰ পৰিত্ৰান।

নিজে প্ৰভু প্ৰেম সাগৰ,
দয়াল ক্ৰিপালুমই;
এই কাৰনে প্ৰভুৰ নাম
নিতে স্তুতি কৰা জই।

য়িচুত আস্ৰই ধৰিলে
গুচিব সকলো দুথ;
অতি বিস্বাস কৰিলে
তেহে পাবা পৰম সুখ।

মগ্ন কৰি পাপি মন,
হোআ তেঁওৰে আগ্যাৰ বস;
পি থাকিবা অম্ৰিত জল,
প্ৰভুৰ নামে মধুৰ ৰস।  ন. ল.