পৃষ্ঠা:ধৰম গিত.djvu/২১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৪
প্ৰভুৰ ৰাজ্য

১৯০

Birth of Christ.

কাল ৰুপ ৰাতি ৰচৰ চলি সিঘ্ৰে প্ৰভাত হওক,
কৈল্যান জুক্ত পুত্ৰ আহি বেগে জনমাওক।
প্ৰক্ৰিতিএ বসন্ত কালৰ মালা কৰে দান,
সুগন্ধ ধুপে সৈতে আনি কিৰিটি প্ৰধান।


দেখা, দাঙ্গে আপোন মাথা গিৰি লিবানন,
পৰ্বতৰ ওপৰে নীচে সৰ্ব ব্ৰিখ্য গন;
সুগন্ধি মচলা উঠে নম্ৰ স্যাৰোনৰ,
আকাসতো সুঘ্ৰান হৈচে ফুলে কাৰ্মেলৰ।


অৰন্যৰ মাজতো সুনা সবদ হৰিসিত,
দিয়া পথ, সুজুগুত কৰি, ইস্বৰ হই বিদিত;
ইস্বৰ, ইস্বৰ, মহা ধনি সুনা পৰ্বতত,
সিলেও মাতে, দেখা, প্ৰভু পালে ওচৰত।


অকাসৰ পৰা তেঁওক গ্ৰাজ্য কৰিচে ভুলোক,
তললৈ সোমাই জাওক গিৰি, ভৈয়ামো উঠোক।
মাথা নমাই, হে গচ সকল, কৰিও সন্মান,
পথ ওলাওক সাগৰৰ মাজে, সিলো হওক সমান।