পৃষ্ঠা:ধৰম গিত.djvu/২১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৫
প্ৰভুৰ ৰাজ্য।


১৯১
Miracles of Christ.

ভবিস্যত ত্ৰান কৰ্তা আহে, এহি মৰ্ত্য লোক,
সুনা, হে সকলো কলা, দেখিও অন্ধক।
দায়াৰে কৰিব কনাক তেঁও সুদ্ৰিষ্টি দান,
দিষ্টি হিন চকুতো প্ৰভু দিপ্তি বৰসান।


আঁকৰা বোবাৰো জিবাৰ বন্ধন চিঙ্গিব,
কলাৰ কানত মধুৰ সবদ স্ৰৱন কৰাব;
খোৰা কোঙ্গাই তেঁওৰ জসস্যা কৰিব কিৰ্তন,
লাফ মাৰিব ম্ৰিগ তুল্য হৰ্স কৰি মন।


হুৰা মুৰা, সোক, ভুলোকত নু সুনিব কান,
সকলোৰে চকু পানি টোকে সনাতন।
অবিনাসি জিজিৰিৰে ম্ৰিত্যুক বান্ধিব,
নৰকি ভয়ানক ভুতো মৰ্দন কৰিব।


জেনে মেৰৰ ৰখিয়াই কৰে মেৰক প্ৰতিপাল,
উতম বায়ুৰ ঠাই বিচাৰি খুআই ঘাঁহো ভাল;
হেৰোআ, অপথে জোআক বিচাৰি আনই,
দিনে ৰাতি ৰাখি থাকি জাককে পালই;