পৃষ্ঠা:ধৰম গিত.djvu/২০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৮
জিৰনিৰ ঠাই।

অবাটে জোআৰ দোস
 খেমি, ঘুৰাইচে মন,
সুখে সলাই মোৰ অসন্তোস,
 তেঁওৰ প্ৰতিগ্যাৰ কাৰন।

গলে ঘোৰ দুখৰ খাল,
 জত ম্ৰিত্যুৰ চায়াঁ ৰই,
মোৰ ৰখিয়া কৰে প্ৰতিপাল,
 তাতো ন কৰিম ভই।

নিচয়ে সেসলৈ
 তেঁওৰ দায়াৰ মঙ্গল পাই,
মোৰ পিত্ৰিৰ ওপৰ ঘৰে গৈ
 বাস কৰিম তাত সদাই।  W. W.

১৮৬

“ Oh where shall rest be found?”
Golden Hill, S. M.

মই কত জিৰনি পাঁও,
 ক্লান্ত হৈ মনৰ বিস্ৰাম?
সাগৰ বা দিপৰ সিমালৈ
 বিচাৰিলে নে পাম।