পৃষ্ঠা:ধৰম গিত.djvu/২১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৯
প্ৰভূৰ মৰমৰ মত।

জি সুখ বিচাৰোঁ মই,
 সংসাৰত নাই উত্পন;
আয়ুসৰ পাচে আয়ুস ৰই,
 মৰনৰ পাচ মৰন।

সেই পৰম আয়ুসে
 ক্ৰন্দন ন হব আৰ;
জি সুখ অনন্ত কাল থাকে,
 প্ৰেমেই সেই সুখৰ সাৰ।

জি মৰন থাকিব,
 তাৰ কেলেস নু ঢুকাই;
অহ, প্ৰানক কেনে জাতনা
 বেৰি ধৰে সদাই।

হে ইস্বৰ দায়ামই,
 জেন সাৰিম সেই মৰন,
অনুগ্ৰহ কৰি দান কৰোক
 মোৰ জিহত প্ৰয়োজন।  W. W.

ক ২