পৃষ্ঠা:ধৰম গিত.djvu/২০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৬
পৰিত্ৰানৰ স্বৰ।

ইয়াতে বিয়াধি ও মৰন
 কেনে ৰুপ ভই লগাই,
কিন্তু হব পৰম জিৱন,
 তাত ৰোগো মৰন নাই।

তেন্তে এৰিম সংসাৰিক সুখ,
 ভয়ো কি কাম আমাৰ,
অদ্ৰিস্য বস্তুলৈ সমুখ
 পামগৈ এই সংসাৰ পাৰ।

অহ, কেনে জোতিৰ্মই আসা,
 এতিয়াও পাই আমাৰ প্ৰান,
তেও তাতকৈ সুখি অসিমা
 হব সেই পৰিত্ৰান।  W. W.

১৮৪

“Salvation! Oh the joyful sound.”
Salvation. C. M.

পৰিত্ৰান! কেনে আনন্দ স্বৰ!
 আমালৈ সুখিয়া হই,
প্ৰত্যেক ঘালৈ প্ৰধান ঔসদ,
 গুচুআ সকল ভই।