পৃষ্ঠা:ধৰম গিত.djvu/২০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

MISCELLANEOUS HYMNS.

দুতিয় ভাগ।

~~~~~~~~~

১৮৩

Conference Hymn.
Hulolit. C. M.

আঁহা, হে ভাই সকল, আঁহা,
 প্ৰভুৰ নামে গোট খাই,
তেঁওৰ দায়াতে আনন্দ কৰা,
 জইধনিৰ গিতো গাই।

দুখ ভোগি জাত্ৰিক আচোঁ হই,
 তেও ঘৰ সোন কালে পাম,
তাত ইস্বৰ দিব সুখ আলই
 অনন্ত কাল বিস্ৰাম।

পাপ সত্ৰুৰ জুত কেনে টান,
 ফান্দো পৰিখা পাঁও,
তেও য়িচু ৰাখে আমাৰ প্ৰান,
 জুধতো স্তুতি গাঁও।