পৃষ্ঠা:ধৰম গিত.djvu/১৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৬
সন্ধিয়াৰ গিত।

মই নিসাত জদি থাকোঁ সাৰ,
মোক ত্ৰিপ্তি কৰা প্ৰেম আহাৰ;,
মধুৰ জেন সুনোঁ স্বৰ্গিয় গান,
মুকলি কৰ অন্তৰ কান।

মোক ৰাখা, প্ৰভু, পুত্ৰ ভাও,
জেন স্বৰ্গত কৰোঁ তোমাৰ স্তও;
টোপনি জত ন ধৰে লাগ,
মই কৰোঁ ইচা সাধুৰ ভাগ।   ন. ব.

১৬৮

“The day is past and gone.”
Evening Shades. S. M.

গধুলি বেলা হল,
 সকলোত পৰিল চাঁ,
তাৰ তুল্য ওচৰ চাপিচে
 মৰনৰ ঘোৰ নিসা।

জি ৰুপে কাপৰ থৈ
 সুই থাকোঁ দেহ উদঙ্গ,
ম্ৰিত্যু বিবস্ত্ৰ কৰিব,
 গুচাই সংসাৰিক ৰঙ্গ।