পৃষ্ঠা:ধৰম গিত.djvu/১৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯২
ৰাতি পুআৰ গিত।

১৬৫

Morning Hymn.
Rock of Ages. 7.

ৰাতিৰ ভয়ে ভগৱান
ৰাখিলা অধমৰ প্ৰান;
এতিয়া জাগি, পাপি মন,
কৰা জিৱনাথ চিন্তন।

বলৱন্ত সুৰ্জ ওলাই
ইস্বৰৰ প্ৰভাও দেখাই,
চলে তেঁওৰ আগ্যাৰ অধিন
আপোন পথে দিনে দিন।

চৰাই আদি সুন্দৰ সুৰ
কিৰ্তন কৰে গুন প্ৰভুৰ;
সকল স্ৰিষ্টি চেতন পাই
নানা ৰুপে স্তুতি গাই।

সবে সৈতে ময়ো গাম
স্ৰিষ্টি কৰ্তাৰ পৰম নাম;
য়িচু তুমি প্ৰেম আধাৰ,
তুমি সকল স্ৰিষ্টিৰ সাৰ।