পৃষ্ঠা:ধৰম গিত.djvu/১৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৩
সন্ধিয়াৰ গিত।

প্ৰভু ৰখ্যা কৰা মোক,
জেই দিন থাকোঁ ইহলোক;
সেসত কৰা পৰিত্ৰান,
দুতৰ সঙ্গ লৈ ধৰিম গান।

কিনান দেসৰ পৰম ঠাই,
জতে সুৰ্জো চন্দ্ৰো নাই,
জতে লোক অজৰ অমৰ,
দিয়া মোক নিবাস ইস্বৰ।  ন. ব.

১৬৬

Evening Hymn.
Drooping Souls. 7, 5.

আজিৰ দিনত, হে প্ৰভু,
 ৰাখিলা আমাক;
কিন্তু আমি দুৰাচাৰ
 নে জানোঁ তোমাক।

খেমা কৰিবা প্ৰভু,
 আমাৰ দুষ্ট মন,
দায়া কৰি দিয়া নাথ
 পৰম আত্মা দান।