পৃষ্ঠা:ধৰম গিত.djvu/১৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৫
খ্ৰিষ্টৰ ৰাজ্য বৰ্হা।

১৪৮

Prayer for the Salvation of Men.
Rochester. C. M.

হে প্ৰভু, আপুনি ৰজা,
 জগতৰ তুমি নাথ,
সৰ্ব লোক আপোনাৰ প্ৰজা
 দেখুউআ ত্ৰানৰ পথ।

মহ প্ৰেমেৰে দিলা প্ৰান
 অনাথৰ কাৰনে,
মানুহ দেহেৰে ধৰিলা
 অৱতাৰ ভুবনে।

সেই প্ৰেমেৰে আটাই লোকক
 দান কৰোক ধৰম গিয়ান,
চেতন কৰি প্ৰজাবোৰক
 দিয়াহে পৰিত্ৰান।

জেতিয়া প্ৰভু আপোনাৰ ৰাজ্য,
 সকল দেসত হই জই,
তেতিয়া হব তোমাৰ নামত
 জইধনি অতিসই।  ন. ল.