পৃষ্ঠা:ধৰম গিত.djvu/১৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৩
দেও পুজাৰ ভ্ৰম।

১৪৬

“Not unto us, O Lord.” Ps. cxv.
Hebron. L. M

আমালৈ ন হই মৰ্ত্য নৰ,
হে প্ৰভু, উঠোক তোমাৰ স্বৰ;
গুন কিৰ্তন হওক তোমাৰ জস নাম
অনন্ত কালে সৰ্বধাম।

কত আচে সিহঁতৰ ইস্বৰ?
এই বুলি কই দেও পুজক নৰ;
স্বৰগৰ ওপৰ তেঁওৰ বাহন,
কৰে তাত থাকি তেঁও সাসন।

হাতেৰে সজা মুৰ্তি হই,
আচে মুখ, তেও কথা ন কই;
নে পাই দৰ্সন, নু সুনে কান,
হাত থাকিলেও ন কৰে ত্ৰান।

জি লোক পুজে দেও অচেতন,
সি কনা হই, নে পাই দৰ্সন;
নু গুচে পাপ, ন খণ্ডে সাপ,
সেসতো ভুঞ্জে নৰক তাপ।

ঞ ৪