পৃষ্ঠা:ধৰম গিত.djvu/১৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭২
দেও পুজাৰ ভ্ৰম।

১৪৫

Overthrow of Idolatry. Ps. cxv.
Stephens. 11, 8.

সাহ পাই নিন্দা কৰি দেও পুজকে কই,
 তহঁতৰ কত আচে ইস্বৰ?
আমাৰ জি ইস্বৰ সৰ্বৰ্শক্তিমান হই,
 তেঁওৰ সিংহাসন স্বৰগ ওপৰ।

সিহঁতৰ দেও দেবি সোন, ৰুপ, পিতল, কাঠ,
 হাতে সজা সব অচেতন;
মুখ লগাই আচে, তেও নোলাই তাৰে মাত,
 নে পাই চকুএৰে দৰ্সন।

কান আচে, নু সুনে, নাকত নে পাই ঘ্ৰান,
 হাতি ভৰিও তেনে বিফল;
জি সাজে, তাৰ নিচিনা সিও বিগিয়ান,
 সৰন লোআও সেই ৰুপ সকল।

হে ইস্ৰাএল, বিস্বাস কৰা পৰম ইস্বৰ,
 তেঁওৰ বাহুবল হব প্ৰকাস,
ঢুকাব ভুলোকত দেও দেবিৰ আদিৰ,
 পুজাদি সকলো বিনাস।  ন. ব.