পৃষ্ঠা:ধৰম গিত.djvu/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৫
স্বৰগ সুখৰ থান।

১৩৯

The Joys of Heaven.
Queensborough. 8, 7.

গগন ওপৰ থান পবিত্ৰ,
 জতে আচে প্ৰভু মোৰ,
সেই ঠাইৰ সুখ স্মৰন কৰিলে
 মনৰ বিয়াকুল কৰে দুৰ।
বৈচে তাতে এখন নদি
 মৰা মেৰ পোআলিৰ কাস;
জলেৰে তাৰ স্ৰিষ্টি খনৰ
 ৰোগক কৰা হৈচে নাস।

অজুত অজুত দুতৰ সভা
 প্ৰভুক আব্ৰিত কৰে তাত,
প্ৰতি জনে হাতত বিন লৈ
 গান ধৰিচে সুন্দৰ মাত।
ন হই কোনো কালে ৰাতি
 সেই পবিত্ৰ সুখি থান;
সাধু লোক অনন্ত কালে
 কৰে অমৰ মুখে গান।