পৃষ্ঠা:ধৰম গিত.djvu/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৯
আয়ুস বেগে জোআ।

১১৮

Brevity of Life.
Visitation. 8, 7.

নদি অদি জি ৰুপ পানি
 গৈচে বৈ সমুদ্ৰ খাল,
সেই ৰুপ আমি সকল প্ৰানি
 চাপি আচোঁ পৰকাল।

মানুহ মৰে, ব্ৰিখ্য পৰে,
 জতে পৰে ততে ৰই;
গচ ঢুকাব, নৰ ওলাব,
 সোধৰ দিনত, মহা ভই।

বিয়াধে ফুৰে, আয়ুস উৰে,
 জতে পৰে ম্ৰিত্যুৰ বান;
কাঁৰ জাই জেনে, আয়ুস তেনে,
 অতি বেগে হৰে প্ৰান।

দিনৰ পাচে ৰাতি আচে,
 কৰিবা কি কাম এন্ধাৰ?
পলম কৰি পাপত মৰি
 নৰ্কি হবা, নাই নিস্তাৰ।  ন. ব.