পৃষ্ঠা:ধৰম গিত.djvu/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৮
ধনৱন্ত কঙ্গালৰ দ্ৰিষ্টান্ত।

আব্ৰাহামক এই মিনতি
 কৰে, অপোন দুখ জনাই।

হে পিত্ৰি, মোক ক্ৰিপা কৰা,
তোমাৰ সুখৰ থানৰ পৰা
 লাজাৰ ভাই এখেত আহোক;
আঙ্গুল মাথোন তিয়াই পানি
সি এক টোপা মোলৈ আনি,
 জিবাত দি চেঁচা কৰোক।

আয়ুস থকাত তুমি সুখি,
লাজাৰ আচিল অতি দুখি,
 আব্ৰাহামৰ এই উতৰ;
আমাৰ মাজে গাঁতো থাকে,
কেৱে পাৰ ন কৰে তাকে,
 প্ৰিথক কৰিলে ইস্বৰ।

তেন্তে জাওক সি আমাৰ ঘৰে,
ভাইহঁত জেন ইয়াত ন পৰে,
 সিও প্ৰাৰ্থনা বিফল;
জি লোক ভোগে নৰ্কৰ বন্ধন,
সাস্তি হওক বা কৰে ক্ৰন্দন,
 দণ্ডৰ নিৰুপাই সকল।  ন. ব.