পৃষ্ঠা:ধৰম গিত.djvu/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৫
লুভিয়া ধনৱন্তৰ দ্ৰিষ্টান্ত।

তেতিয়াও জদি নিস্ফল হই,
কাটি পেলোআ হওক নিচই।

হে প্ৰভু, দেখিচোঁ মই,
গচৰ দসাই মোৰো হই;
ক্ৰিপাৱ কাল মোৰ অনেক গল,
দণ্ডৰ কুঠাৰ দঙ্গা হল;
আৰু বাৰ সহন কৰোক,
কৰজোৰ কৰোঁ, খেমা মোক।  ন. ব.

১১৬

The covetous Rich Man.
Lena. 8, 8, 7.

কোনো বৰ লোক অগিয়ানি,
সৰহ সহ ভঁৰালে আনি,
 সৰু দেখি ভাবে মন,
এতেক দ্ৰব্য কত সামৰিম?
মই নিৰুপাই, কি নো কৰিম?
 এনে হৈচিল বৰ চিন্তন।

সেসত বোলে, মন ঠাৱৰি,
ভঁৰাল ভাঙ্গি নতুন কৰি,

জ ৩