পৃষ্ঠা:ধৰম গিত.djvu/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৪
বিফল ডিমৰু গচ।

১১৫

The barren Fig-tree.
Rosefield. 7.

জি লোক থাকে জগত খন,
সুনা প্ৰভুৰ এই বচন;
সুন্দৰ ঠাইত ডিমৰু ফল
গচ এজোপা ৰোআ হল;
বাৰ্হি আচিল ফুলো পাত,
কিন্তু গোট নে লাগিল তাত।

তিনি বচৰ অধিকাৰ
আহিল কৰি ফল বিচাৰ;
তাক নে পাই খঙ্গ উঠিল সেস,
দিলে বাৰিচোআক আদেস,
এই গচ কাটা, লৈ কুঠাৰ,
ভুমিক কিয় দিএ ভাৰ?

ৰখিয়াই কৰে প্ৰাৰ্থনা,
এই বচৰো সহিবা;
সাৰ দিম খানি চাৰিও ফাল,
তাতে গুটি হলেই ভাল;