পৃষ্ঠা:ধৰম গিত.djvu/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩০
পাপিক উদগোআ।

১১১

The impenitent warned.
Gospel Call. 8, 7.

কি নো পাপি মন্দ মতি
 প্ৰভু য়িচুত ন হই আস,
একো কালে নাহি গতি
পাপত জীব সৰ্বনাস।

কি দেখি ভুলিচা পাপি,
 পাচতে তোমাৰ মৰন;
প্ৰভুৰ নামত ওচৰ চাপি
 সদাই চিন্তা তেঁওৰ চৰন।

জিয়াই থাকি কি দেখিচা,
 পাপক কৰা অতি ঘিন,
আনন্দেৰে কৰা ইচা
 প্ৰভু য়িচুৰ বিস্ৰাম দিন।

প্ৰভু দায়া কৰি দিব,
 লোআ য়িচুৰ নাম মুখত,
পাপৰ উধাৰ কৰি নিব,
 থাকিবা পৰম সুখত।  ব. দ.