পৃষ্ঠা:ধৰম গিত.djvu/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩১
পাপিক উদগোআ।

১১২

The careless Sinner exhorted.
Rosefield. 7.

নিদ্ৰাত পৰি সৰ্বদাই
অচেতনে আচা ভাই;
চকু মেলি পোআ সাৰ,
উপাই কৰা তৰিবৰ।

পাপে জুৰি আচে দেহ,
সৰ্ব সৰিল মুৰৰ কেস;
মৰি নৰকলৈ জাই,
কি গতি হব, হাই হাই!

এৰা সকল দেও পূজা,
য়িচুতহে মুক্তি থোজা;
খ্ৰিষ্ট বিনে নাহি আন,
তেঁৱে দিব পৰিত্ৰান।

সুনি নে থাকিবা ৰৈ,
আয়ুস ঢকাই নিতৌ গৈ;
সিঘ্ৰে প্ৰভুত কৰা সাৰ,
তেঁও গুচাব মহা ভাৰ।  ব. দ.