পৃষ্ঠা:ধনন্তৰী বধ.djvu/৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


আতিক মুনিৰ্মাতা বাকী ভগিনী ঔথ।। অৰকাৰু মুনি পত্নী বিষহৰি নমস্তুতে। গগে বলনা বলে দেব গজানন শিব মুত ৰূপবান | এক দন্ত কুখৰ বদন।। চতুৰ্ভ লম্বোদৰ তনু অতি মনোহ দেহ শোভে আলতা বৰণ। ভিনয়ন শোভে ভালে মাথাত কিৰিটি জ্বলে | পদতল দেখি মনোৰম। আজানুলম্বিত কৰ। তুমি দেৱ বিস্নহ | তুমি দেৱ দেৱতা প্ৰধান। দেৱৰ মধ্যত সাৰ অগ্ৰে পূজা সকাৰ সিদ্ধিনাথ গৌী তনয়। তুমি দেৱ গণপতি তুষ্ট হোৱা যাৰ প্ৰতি | ধনে জনে সৰ্ব্ব সুখ পায়। মই অতি মুঢ়মতি নেজানো তোমাৰ তুতি | নিজ গুণে কৃপা কৰা মোৰে। কাৰকুছি গ্ৰামে জন্ম কহে কৰি প্ৰসৰু গণেশক কৰি নমস্কাৰে।