পৃষ্ঠা:দেৱ-ধ্বনি.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱধ্বনি
 

(৩২)

সন্ধ্যা কান্তা ললিতা,

মহামুনি-মানস-দুহিতা।
চিৰ-উল্লল প্ৰেম কল্লোল
শোক-উচছ্ল কবিতা;
মহা আতমাৰ
মহা সাধনাৰ
নিবিড় ধাৰা,
চিৰ বেদনাৰ
চিৰ প্ৰেৰণাৰ
বিধুৰ বালা-
বিজন-তপোবন-পালিতা।
চিৰ-চঞ্চলা সুৰ-কিন্নৰা
ধ্যান-গিৰি-কন্দৰ-গলিতা!

আহাৰ, ১৮৪৯ ] - -