পৃষ্ঠা:দামোদৰ দেৱ চমু জীৱনী.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পূল উপায় (08) for for a নৈব অব্য শোেতন। ধূপ দীপ গো ভাধু চলন এইিলে ব্য পূজাৰ। কতো আ ক শঙ্কৰ পাৰ্বতী নকৰে পাঠা চিকাৰ। এই কথা শুনি নাৰায়ণে তেতিয়াৰেণৰ সাজিক ভাবে পূজা কৰিছিল বুলি শুনা যায়। তাৰ বহুদিন পিচতহে তেওঁৰ বংশৰ আকৌ বলি দিয়া নিয়ম চলে। ওৰে ব্ৰাহ্মণাদি বিও জাতিক সন্ধ্যা বলনা - নৈত্য নৈমিত্তিক ক্ৰিয়া পৰিত্যাগ নকৰাকৈ পৰমেশ্বৰক উপাসনা কৰিবলৈ পাৰে বুলি কৈছি। এই সময়ে তেওঁ এট্টদেৱক এইদৰে আদেশ দি গৈছে। ভাগৱত শা, তুমি আপুনি কৰিব। লোকক হৰিৰ উক্তি উপদেশ দিব। ব্ৰাহ্মণৰ নিত্য নৈমিৰি নেৰুৱা। আপুনিও মান সন্ধ্যা পূজা আচৰি। কোনো কোনো পুথিত দেখা যায়, গুৰুৱে যি জাতি নিমিত্তে চাৰি নামৰ আৰু আন তিৰ নিমিত্তে তিনি নামৰ ব্যৱস্থা কৰিছে। ব্ৰাহ্মণৰ চাৰি নাম শুদ্ৰাদিৰ তিনি। তিনি নামে মূল ম এণামেৰে চাৰি। প্ৰমাণ কৰি সৰে পুস্তক বিচাৰি। দেৱে বংশী সোপালক শৰণ দিৰৰ সময়ত এই- দৰে উপদেশ দিছিল-