পৃষ্ঠা:দামোদৰ দেৱ চমু জীৱনী.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(২১)

  1. প্রাই এনেবিলাক অধৰ্শ কৰাৰ ফলত ৰাৰ

ৰাষ্যত অমঙ্গল ঘটিব পাৰে। ৰজাই এওঁলােক দুজন কথা 'পতিয়াই গুৰুদেৱৰ ওচৰলৈ দূত পঠিয়াই কোৱাই পঠালে নে, তেওঁ যদি তেওঁৰ সত্ৰত বলি কাটি দূর্গা পূর কৰিবলৈ সন্মত নয় তেন্তে তেওৰু মােৰ ওচৰৰ লৈ আহিব। ধুতে গৈ ৰুক রাজা এনালত ও আলত লিখা হবে তেজী উত্তৰ দিলে। শুনিয়ােৰু ৰাজত আমাৰ চৰ। তিনিও লোকৰ যিটেলমী নাৰায়ণ তাত পৰে আন কাক পাৰে পূৰািক। বলিৰ লগত যদি কাট আম। মোৰ গণ ওলৰ বলিৰ গল হল। কাট যদি গাছ তােহাৰ পরে বল। ৰজাৰ পাশক যাইবো নকৰিবে। পূজা। হৰিবিনে আমাৰ আছয় কোন দুজা। (লীলা) দুৰ আগত এইদৰে কৈ গুৰুদেৱ বিজয় নগৰলৈ যাবলৈ সাধু । ইয়াকে দেখি তেওঁৰ শিষ্য সফলে বরন যে গুৰু আপুনি ধাৰলৈ নালাগে আমি বলি কালে। এই কথা শুনি খেতে তাৰ উত্তৰ এইদৰে চিলে- বিষ্ণু বিষ্ণু বুলি এই দিলা সমিধান। কিল ইৰেল বেলা চারাল সমান।