পৃষ্ঠা:দধি মথন নাট.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
দধি মথন।

পৰিয়ে গোষ্ঠক চলবি ধেনুক ৰাখবি গাই দুহিয়ে দুগ্ধক ভাৰ বহিবি হামো জনকটা কৰকটা যে বস্তু দেৱব তাকে ভোজন কৰবি তুহোঁ গৃহেৰ কোন অধিকাৰ ইহাৰকি ভালমণ্ড জানল হামু গৃহেৰ গৃহিনী সব অধিকাৰ হামাৰ আহে বুঢ়িয়া তোহাক কে পুচত ছি: হামাক মাৰিতে আৱল হামাক চাতু বলিতে জনম জাই। আজু ৰাগ চৰল ছি ঘিণসে লাগে। হাৰ্মু কথা কহিতে জানু সবলোকে মন্দ বোলব, কি কৃষ্ণক ধুৱাইতে খুৱাইতে হামাক মাৰিতে আশা কয় থিক।

 আহে ৰোহিনী তুহু বাধা নাহি কৰবি হামাক মাৰিয়ে ৰহোক তব হামাক বোল বুজব।

 সূত্ৰ –। ওহি পৰকাৰে যশোদা নন্দক চুপ কয়ল নন্দে দেবেজ মাতিতে নাহি পাৱল। ইকথা ৰহোক তদনন্তৰ শ্ৰী কৃষ্ণ যৈচে গোকুল বাসীক নান বিনোদ কৌতুকৰস আনন্দ কৰাৱল তাহে দেখহ শুনহ নিৰন্তৰে হৰিবোল হৰিবোল।


গীত — ৰাগ কল্যাণ (খৰমান)

জয় জয় জগ জন তাৰণ কাৰণ নাৰায়ণ পৰ দেব।
হৰ চতুৰাগন আদি অমগণ কৰু যাক পদৰেণু সেবং॥