সমললৈ যাওক

পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এই মৰতত আহি, তৃণ-ত-পতঙ্গ ৰূপেৰে ক্ৰমে চৰাই চূ কতি হই সৰ্ব্বশেষে, অনুপম এই মানুহ ৰূপেৰে হাঁহি ? আদি তাৰ জনা নাই আদি তাৰ পোৱা নাই বাক্য-মন ঘুৰি আহে হাৰ মানি মানি, প্রত্যক্ষ দেৱতা ৰূপে তোমাকেই পিতৃ বুলি লভিলো আস্বাদ মাথোঁ পুত্ৰত্বৰ এই একোকে নাজানি । ভূমি ধাতা, তুমি পাত৷ মোৰ তুমি মোৰ সৰ্গৰ প্রথম দুবাৰ, তুমিয়েই, প্রতিনিধি হল। আহি সেই জগতত আদি দেৱ পৰম পিতাৰ । (৩১)