সমললৈ যাওক

পৃষ্ঠা:তৰ্পণ ৰত্নকান্ত বৰকাকতী.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আকোঁৱালি বুকু মেলি ‘সোদৰৰ ভাতৃ' বুলি পৰস্পৰে পৰস্পৰ দিলে আলিঙ্গন ! [se] অন্নই কৰিলে বহু আপোনাক, বহু হল চাওঁ তে চাও তে আহা প্ৰজা, পল্লীৰ প্ৰতিষ্ঠা, ক্ৰমে ৰাজ্য সুগঠিত, নগৰ নিৰ্ম্মিত; হল আহি ভাৰতৰ সাম্রাজ্য স্থাপিত। [10] সেই এটি গত দিন হিন্দু জীৱনৰ সেই সিন্ধু-গঙ্গা-কাব্ৰেৰীৰ ত্রিবেনী-সঙ্গম, উঠিছিল মথি য’ত অমৃত মহাধ্বনি মুগ্ধ কৰি চৰাচৰ স্থাবৰ জঙ্গম । হিন্দু জীৱনৰ সেই [১৭] জগতৰ সভ্যতাৰ নৱ অৰুণৰ ৰাগে প্রথম শিখৰ, প্ৰথমতে ধৰালই সেই এটি গত দিন আহিছিল নামি বেগে আলোক-নির্ঝৰ । (১৯)