পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীৰ্থ-যাত্ৰী

তীৰ্থ যাত্ৰী (মই) নিহকিন শিক্ষা গুৰু থাকিম সততে আশীৰ্ব্বাদি প্ৰভুৰ আগত তোমাৰ সুখত মোৰ প্ৰাণে শান্তি পাব বিয়াকুল তোমাৰ দুখত। তুমি সুখে আছা দেবী ইয়াকে জানিলে নকৰে। যে মৃত্যুলৈকো ভয়। নগ্ন শৰীৰত পালে। কত অস্ত্ৰাঘাত পুনু ল’ম আনন্দে নিশ্চয় পাহৰা, পাহৰা দেৱী, অতীতৰ ভাৱ দুৰ্ভাগাৰ এটি অনুৰোধ নহ'লে কতনে৷ প্ৰিয়া, কন্দাবা, কান্দিবা প্ৰাণে মোৰ নামানে প্ৰবোধ।