পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীৰ্থ-যাত্ৰী

গৃহস্থৰ ঘৰ শুৱা ল'ৰা-ছোৱালী শিশু হেন অতি সুশোভন, শিশুৰ আনন্দময় অমৃতৰ ধাৰা বৰিষণ। অজলা চকুৰে চায় বনৰ হৰিণা যেনে কত হাঁহে কত নাচি ফুৰে নীলা আকাশৰ তল কিবা আছে এনেকুৱা দৰ্শকৰ মন মুগ্ধ কৰে৷ পৰিবাৰ ফুলবাৰী যেনে দৰে গছপুলি নিৰ্দোষ কতকি গায় ফুলে ফলে কৰি শোভাময়। ল’ৰা সময়ত তেনে সৰল হাঁহিত হয়৷ বাগিচাত এটি ফুল উমলি-জামলি তেনে শিশুমুখ হাঁহিৰে সদায়। একেটিৰ যশে হয়। শোভাময় জলস্থল পালে সাৰ যত্ন মনোযোগ। ৰাখিছে শুৱনী কৰি ঘৰত একোটি গুণবাণ, সুপৱিত্ৰ জনমৰ থান। হয় ল’ৰা জ্ঞানবান লোক। সময়ত উঠে ফুলি উচিত যতন পালে বাগিচা আমোল মোল সমস্তে জগৎময়